ভাষাৰ কোনো বাধা নথকাকৈ লোক, ঠাই আৰু সংস্কৃতিসমূহৰ সৈতে জড়িত হওক

আপোনাৰ কেমেৰাৰ জৰিয়তে অনুবাদ কৰক

মাত্ৰ আপোনাৰ কেমেৰাটো সেই দিশত পোনাওক আৰু আপুনি দেখাখিনি তাৎক্ষণিকভাৱে অনুবাদ কৰক

ইণ্টাৰনেট নাই নেকি? কোনো কথা নাই।

ইণ্টাৰনেট সংযোগৰ অবিহনে অনুবাদ কৰিবলৈ এটা ভাষা ডাউনল’ড কৰক

বাৰ্তালাপ কৰক

বেলেগ ভাষা কোৱা কোনোবা এগৰাকীৰ লগত কথা পাতক

সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত জাপানী ভাষাৰ পৰা ইংৰাজী ভাষালৈ কৰা 'stop!.' শব্দটোৰ অনুবাদৰ সৈতে এটা বাইকৰ পথ দেখুৱাই থকা Pixel ফ’ন সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ অফলাইন ডাউনল’ড ফাংশ্বনটো দেখুৱাই থকা Pixel ফ’ন সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ বাৰ্তালাপ ফাংশ্বনটো দেখুৱাই থকা Pixel ফ’ন

কথন একেলগে অনুবাদ কৰক

কি কোৱা হৈছে বুজিবলৈ ট্ৰেন্সক্ৰাইব সুবিধাটো অন কৰক

যিকোনো এপৰ পৰা অনুবাদ কৰক

আপুনি যি এপেই ব্যৱহাৰ কৰি নাথাকক কিয়, মাত্ৰ পাঠ প্ৰতিলিপি কৰক আৰু অনুবাদ কৰিবলৈ টিপক

টাইপ কৰক, কওক অথবা হাতেৰে লিখক

কথনৰ দ্বাৰা লিখন সুবিধাটো ব্যৱহাৰ কৰক অথবা আপোনাৰ কীব’ৰ্ডে সমৰ্থন নকৰা বৰ্ণ আৰু শব্দসমূহ হাতেৰে লিখক

সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ ট্ৰেন্সক্ৰাইব ফাংশ্বনটো দেখুৱাই থকা Pixel ফ’ন সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ টেপ টু ট্ৰেন্সলেট ফাংশ্বনটো দেখুৱাই থকা Pixel ফ’ন সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ হস্তলিপি ফাংশ্বনটো দেখুৱাই থকা Pixel ফ’ন

আপোনাৰ অনুবাদসমূহ ছেভ কৰক

শব্দ আৰু বাক্যাংশসমূহ ছেভ কৰি যিকোনো ডিভাইচৰ পৰা সেয়া দ্ৰুততাৰে এক্সেছ কৰক

সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ ফ্ৰে’জবুক ফাংশ্বনটো দেখুৱাই থকা চিত্ৰিত লেপটপ

সেই নথিত কি আছে?

আপোনাৰ ফাইলসমূহ আপল’ড কৰক যাতে ফৰ্মেট সলনি নোহোৱাকৈ সেইবোৰ যাদুৰ দৰে অনুবাদ কৰিব পৰা যায়

সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ নথিৰ অনুবাদ ফাংশ্বনটো দেখুৱাই থকা চিত্ৰিত লেপটপ

ৱেবছাইট অনুবাদ কৰক

সমগ্ৰ ৱেবপৃষ্ঠাখন অনুবাদ কৰিব লাগে নেকি? সমগ্ৰ ৱেবপৃষ্ঠাখন অনুবাদ কৰিবলৈ কেৱল এটা URL দিয়ক।

সহায়ক চিহ্ন আৰু চিত্ৰিত আকৃতিৰ সহায়ত Translateৰ ৱেবছাইটৰ অনুবাদ ফাংশ্বনটো দেখুৱাই থকা চিত্ৰিত লেপটপ

Google Translate ব্যৱহাৰ কৰি চাওক

আপোনাৰ ব্ৰাউজাৰত Google Translate ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক। অথবা আপোনাৰ ম’বাইল ডিভাইচত এপ্‌টো ব্যৱহাৰ কৰাৰ বাবে সেইটো ডাউনল’ড কৰিবলৈ তলত দিয়া কিউআৰ ক’ডটো স্কেন কৰক।

বিশ্বখন অন্বেষণ কৰিবলৈ আৰু বিভিন্ন ভাষা ব্যৱহাৰ কৰা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ এপ্‌টো ডাউনল'ড কৰক।

এপ্‌টো লাভ কৰক